Show/Hide Keyboard Layout
  • অসম আমাৰ ৰূপহী
  • মিঠা মিঠা
  • আকাশ আকাশ
  • সপোনৰ সৰে মৌ
  • আজলী ছোৱালী
  • অ’ আমাৰ গাওঁ
  • কাৰ পৰশ
  • নিচলা আইৰে
  • অ’ পূজাৰী
  • আগুৱাই বল
  • মোৰে মন বনতে তই
  • উৰ অভ্ৰভেদী উৰ
  • নহ’লে পৰিচয়
  • এই মায়াৰ ধৰাত
  • কাষতে ক’লচি ল’ই
  • মহাদেৱা
  • তুমি কোন
  • আজি জাগা মোৰ মাতৃ
  • ল’ক’ মটিভ
  • নিয়ৰৰে ফুল
  • ৰম্ভা, মেনকা কিম্বা যুথিকা
  • গান দিয়া কবিতা দিয়া
  • হিয়াৰ মৰম
  • এজনী ধুনীয়া ছোৱালীয়ে
  • জীৱনটো যদি অভিনয় হয়
  • ভৰি পিছল খালে
  • ব’ল ব’ল ব’ল
  • এয়াতো নহয়
  • আই লাভ ইউ
  • উলাহেৰে নাচি বাগি

ৰৈ ৰৈ কেতেকী

- বিষ্ণুপ্ৰসাদ ৰাভা

ৰৈ ৰৈ কেতেকী বিনাঅ’

অমাতৰ মাত

কৰে সমনীয়া

লগে চেমনীয়া

আহ উৰণীয়া

মেলি দিওঁ হাত

অমাতৰ মাত ।

 

জোনবাই আনি দিম

শাৰী পাতি ওমলিম

শিতানতে শুব দিম

সোণৰ সঁজাত

অমাতৰ মাত ।

Hits: 1620